অন্যথা শেষ হ’ভ অসমৰ মহিলা

এইখন অসমত শিক্ষকতা পিছৰ কথা শিক্ষয়িত্ৰীয়ে স্কুললৈ কি পিন্ধি যায় সেয়াহে আচল কথা৷ কিন্তু শিক্ষয়িত্ৰীয়ে হয় চাদৰ-মেখেলা পিন্ধা বাদ দিব লাগিব নহ’লে স্কুটী চলাবলৈ এৰিব লাগিব৷ এই দুটাৰ মাজত এটাহে বাছনি কৰিব পাৰিব অসমৰ শিক্ষয়িত্ৰীয়ে অন্যথা কিন্তু আকৌ দুৰ্ঘটনাৰ ফলত অকালতে প্ৰাণ হেৰুৱাব ৰাজ্যৰ যুৱতীয়ে একমাত্ৰ চাদৰ-মেখেলা পিন্ধি জোঁট-পোট খাই মাষ্টৰনী দুৰ্ঘটনাত পতিত হোৱাৰ বাতৰি আমি সঘনাই লাভ কৰিছোঁ কিন্তু তেওঁলোকো উপায়হীন৷ শিক্ষয়িত্ৰীয়ে চাদৰ-মেখেলাৰ সলনি চুৰিদাৰ পিন্ধিলেই অসমত সৃষ্টি হয় বিতৰ্ক শিক্ষকতাৰ সলনি শিক্ষয়িত্ৰীয়ে কি পোছাক পিন্ধিছে সেয়াহে হৈ পৰে অধিক বিতৰ্কৰ কাৰণ কিন্তু সেইসকলৰ উদ্ভণ্ডালিৰ বাবে বিদ্যালয়মুখী যাত্ৰা অসমৰ শিক্ষয়িত্ৰীৰ বাবে ভয়ংকৰ সমস্যা হৈ পৰিছে সাধাৰণতে চাদৰ-মেখেলাৰ দৰে গধুৰ বস্ত্ৰ পিন্ধি স্কুটী চালনা শিক্ষয়িত্ৰীৰ বাবে বিপজ্জনক হৈ পৰে তাৰ পিছতো কিন্তু চৰকাৰে মানি লোৱা নাই শিক্ষয়িত্ৰীৰ সমস্যা কেৱল এচাম লোকক সন্তুষ্ট কৰিবলৈ চাদৰ-মেখেলা পিন্ধিয়েই শিক্ষয়িত্ৰীক বিদ্যালয়লৈ যোৱাৰ পৰামৰ্স দিয়া হৈছে ফলত যাত্ৰাৰ সময়তে প্ৰাণ হেৰুৱাইছে কেবাগৰাকী শিক্ষয়িত্ৰীয়ে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email