শুকান পাইখানা কিনিব চৰকাৰে

এদিনতে ১ কেজি শৌচ কৰিব লাগিব এজন মানুহে চৰকাৰে নিৰ্দেশ দিছে শৌচ আকৌ শুকুৱাই চৰকাৰক জমা দিব লাগিব শুকান শৌচ বস্তাত ভৰাই কেজি হিচাপত ওজন কৰি চৰকাৰে সংগ্ৰহ কৰিব সেই শৌচ খেতিত সাৰ হিচাপে চৰকাৰে প্ৰয়োগ কৰিব৷ যদি ১০০ কেজি শৌচ যৌগান ধৰিব নোৱাৰে তেন্তে শাস্তি বিহিব চৰকাৰে এই ঘটনা উত্তৰ কোৰিয়াৰ৷ একনায়ক শাসিত দেশখনৰ জনতাক দিয়া হৈছে কঠোৰ নিৰ্দেশ ৰাষ্ট্ৰপতি কিম জং উনে দিয়া নিৰ্দেশ অনুসৰি এজন লোকে প্ৰতিদিনে ১ কেজি পাইখানা কৰিব লাগিব আগতে জনতাক শৌচ শীতকালত জমা দিয়াৰ নিৰ্দেশ দিছিল চৰকাৰে কিন্তু এইবাৰ গ্ৰীষ্মকালিতে শৌচ জমা দিবলৈ হুকুম দিছে ৰাষ্ট্ৰপতিয়ে৷ ফলত জনতাই ভুগিছে বিষম পৰিণাম গৰমদিনতে ঘৰৰ চোতালত শুকুৱাবলগীয়া হৈছে শৌচ৷ তদুপৰি অধিক পৰিমাণৰ শৌচৰ বাবে খাইছে বেছি খাদ্য পেটত নোসোমালেও জোৰকৈ সৰহীয়া খাদ্য খাইছে উত্তৰ কোৰিয়াৰ জনতাই কাৰণ তেওঁলোকক শৌচ বিচাৰিছে কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial