দুলীয়াজানত কি কৰি আছে আছুৰ খেদা খোৱা নেতাই?

আছুৰ পৰা খেদা খোৱাৰ পিছত কি কৰি আছে শংকৰজ্যোতি বৰুৱাই? দুলীয়াজানত কিন্তু এনেয়ে থকা নাই শংকৰজ্যোতি বৰুৱা৷ প্ৰেয়সীক প্ৰতাৰণাৰ অভিযোগত আছুৱে খেদি দিলেও তেওঁ চলাই আছে MLA হোৱাৰ কুচকাৱাজ ডিব্ৰুগড় জিলাত অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীত শংকৰজ্যোতি হৈ পৰিছে নিয়মীয়া অতিথি ক্ৰিকেট, ফুটবল একোৱেই এৰা নাই শংকৰজ্যোতিয়ে৷ সৰ্বত্ৰ উপস্থিত হৈ তেওঁ সমাজসেৱা কৰিছে৷
গোৰ্খা সাংস্কৃতিক মহোৎসৱতো অংশগ্ৰহণ কৰিছে শংকৰজ্যোতিয়ে তদুপৰি চাহ শ্ৰমিকৰ সমস্যাক লৈ কথা ক’বলৈয়ো এতিয়া সময় পাইছে আছুৰ নিৰ্বাসিত সাধাৰণ সম্পাদকে মুঠতে দুলীয়াজানৰ পৰৱৰ্তী MLA হোৱাৰ বাবে চেষ্টাৰ ত্ৰুটি কৰা নাই শংকৰজ্যোতি বৰুৱাই৷ খবৰ অনুসৰি অসমৰ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে শংকৰজ্যোতিক ইতিমধ্যেই দিছে পৰৱৰ্তী নিৰ্বাচনৰ টিকট প্ৰদানৰ প্ৰতিশ্ৰুতি দুলীয়াজানত দলৰ টিকট দিব বুলি শংকৰক কথা দিছে তেওঁ সেয়ে আছু ত্যাগ কৰাৰ পিছত সমষ্টিতে সৰ্বস্ব উজাৰি দিছে শংকৰে তেওঁ চলাই আছে MLA হোৱাৰ প্ৰস্তুতি

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial