দুই সিদ্ধই শেষ কৰিছে ধন!

অসম কৃষি বিশ্ববিদ্যালয়ত চলিছে উপাচাৰ্য আৰু পঞ্জীয়কৰ ৰাজত্ব দুয়ো নিয়ম উলংঘা কৰি ধ্বংস কৰি পেলাইছে বিশ্ববিদ্যালয়খন VC ডঃ বিদ্যুৎ চন্দন ডেকা আৰু পঞ্জীয়ক তপন কুমাৰ গোহাঁয়ে যি কাণ্ড কৰিছে তাৰ ফলত প্ৰভাৱিত হৈছে ৩ শতাধিক কৰ্মচাৰী নিয়ম অনুসৰি বিশ্ববিদ্যালয়ৰ অধীনত ২৩টা কৃষি বিজ্ঞান কেন্দ্ৰ চলি আছে এইসমূহৰ কৰ্মচাৰীৰ দৰমহা আু বানচৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদে কিস্তি হিচাপত ধন প্ৰদান কৰে পূৰ্বে এইসকল কৰ্মচাৰীয়ে ঠিকেই পাই আছিল প্ৰাপ্য৷ কিন্তু যোৱা তিনিবছৰে দুই সিদ্ধ ক্ৰমে বিদ্যুৎ চন্দন ডেকা আৰু তপন গোহাঁয়ে নানা বাহানা প্ৰদৰ্শন কৰি তিনি শতাধিক কৰ্মচাৰীক পইচা দিয়া নাই এই সময়ছোৱাত বেলেন্সশ্বীট আৰু এছেট ৰেজিষ্টাৰো এই দুজনে তৈয়াৰ কৰা নাই কৃষি বিশ্ববিদ্যালয়ক পৈত্ৰিক সম্পত্তিৰ দৰে প্ৰদৰ্শন কৰি তেওঁলোকে অৱহেলা কৰিছে কেবাশ কৰ্মচাৰীক কৰ্মচাৰীয়ে পইচা বিচাপে চৰকাৰী ফাণ্ড নোপোৱাৰ কথা কৈ তেওঁলোকে নাটক কৰিছে কিন্তু দিল্লীৰ পৰা ঠিকেই পাই আছে পুঁজি দই সিদ্ধৰ কাৰ্যকালতে গেলি গৈছে কৃষি বিশ্ববিদ্যালয়ৰ পৰিৱেশ৷ তেওঁলোকে নিযুক্তিতো কেনেকৈ অনিয়ম কৰিছে সেই তথ্যও আমি লাভ কৰিছোঁ প্ৰকাশ কৰিম পৰৱৰ্তী প্ৰতিবেদনত

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial