স্বামীক ফ্ৰীজত ভৰাই থোৱা মহিলা কেনে আছে?

বন্দনা কলিতা কেনে আছে স্বামীক কাটি ফ্ৰীজত ভৰাই থোৱা বন্দনা কত আছে? আপোনালোকৰ জানিবলৈ মন নাযায়নে  স্বামী অমৰজ্যোতি দে’ক টুকুৰা-টুকুৰ কৰা বন্দনা জে’লৰ পৰা  কেতিয়াবাই মুকলি হল আদালতে তেওঁক জামিন প্ৰদান কৰিলে৷ তেতিয়াৰ পৰা মুক্ত জীৱন কটাইছে বন্দনা কলিতাই গুৱাহাটীতে নিৰীহ মানুহৰ দৰে বাস কৰি থকা বন্দনাৰ টকা-পইচাৰো অভাৱ হোৱা নাইস্বামী পৰিয়ালৰ ভাৰাঘৰৰ ধনো তেৱেঁই সংগ্ৰহ কৰিছে গুৱাহাটীত বন্দনাৰ স্বামীৰ পৰিয়ালৰ  ভাৰাঘৰত আছে কেবাঘৰো ভাৰাতীয়া তেওঁলোকে ঘৰৰ ভাৰা এতিয়াৰ মালিকনী বন্দনাক মাহিলী দি আছেসেই ধনেৰে লাহ-বিলাহত দিন কটাইছে বন্দনা কলিতাই তেওঁ বৰ্তমান আছে নুনমাটিত৷ পিতৃ-মাতৃৰ সৈতে  ঠিকেই আছে বন্দনা স্কুটী চলাই প্ৰায়ে  গুৱাহাটী পৰিভ্ৰমণ কৰিছে বন্দনাই নুনমাটিৰ ৰেলৱে ক্ৰছিঙত প্ৰায়ে ৰ’বলগীয়া হোৱা বন্দনাক স্কুটীত দেখি আচৰিত হৈছে পথাচাৰী লোক কিন্তু পৃথিৱীক আওকাণ কৰি  নিজে ঠিকেই আছে বন্দনা স্বামী আৰু শাহুৱেকক ফ্ৰীজত ভৰাই থোৱা বন্দনাই কৰি আছে উপভোগ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial