অংক ছাৰৰ অভিসাৰৰ কথা মনত আছেনে?

তেতিয়া অসমত তোলপাৰ লগাইছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অংক ছাৰৰ কাণ্ডই ইউনিভাৰ্ছিটীৰ অংক ছাৰে অভিসাৰৰ গোপন ভিডিঅ নিজেই নিষিদ্ধ ছাইটত আপলোড কৰিছিল তাৰ পিছতে চাকৰি হেৰুৱাইছিল ছাৰে এতিয়া কিন্তু অংক ছাৰ কুশলেই আছে৷ চাকৰি গ’লেও ইউনিভাৰ্ছিটীৰ অংক ছাৰৰ দিন ঠিকেই চলি আছে পিছে সংসাৰ ভাগিছে অংক  ছাৰৰ অভিসাৰ কাণ্ডৰ নায়িকাৰ গুৱাহাটীৰ হোটেলত অংক ছাৰক দেহা সঁপি দিয়া নায়িকাগৰাকী পূৰ্বে আছিল এখন কলেজৰ  কম্পিউটাৰ বিভাগৰ অংশকালীন শিক্ষক BCA বিভাগৰ ঠিকাভিত্তিক অধ্যাপিকা  আছিল কলিতা উপাধিৰ মহিলাগৰাকীকিন্তু সেই ঘটনাটো ফাদিল হোৱাৰ পিছতে  কলিতানীয়ে চাকৰি ত্যাগ কৰিলে গোপন অভিসাৰৰ ভিডিঅ’ সৰ্বত্ৰ প্ৰচাৰিত হোৱাৰ পিছত  চাকৰি এৰি দিলে কলিতানীয়ে কিন্তু তাৰ পিছতো তেওঁৰ সুখ নহ’ল৷ অংক ছাৰৰ বেড পাৰ্টনাৰ হোৱা কলিতানীক ডিভৰ্চ দিলে স্বামীয়ে সন্তানো তেওঁৰ বুকুৰ পৰা কাঢ়ি লৈ গল এতিয়া মৰি মৰি জীৱন কটাইছে অংক ছাৰৰ বেড পাৰ্টনাৰে জীৱনত একোৱেই আশা নাই তেওঁৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial