দেউতাকক স্বামীবৰণ সুন্দৰী যুৱতীৰ

দৰা বিচাৰি সময় নষ্ট নকৰিলে, পিতৃৰ সৈতেই বিবাহত আবদ্ধ হ’ল যুৱতীগৰাকী৷
জন্মদাতা পিতৃকে স্বামীবৰণ কৰিলে ২৪ বছৰীয়া যুৱতীগৰাকীয়ে৷ আগৰে পৰাই পিতৃৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলিও সদম্ভে তেওঁ প্ৰকাশ কৰিলে৷
অৱশ্যে এই ঘটনাটো ক’ৰ সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ কিন্তু যুৱতীগৰাকীয়ে যে পিতৃৰ সৈতে সংসাৰ তৰিছে সেয়াও সত্য৷
এই ঘটনাৰ প্ৰথমটো ভিডিঅ’ এক্সত আপলোড কৰিছিল সমাজবাদী দলৰ উত্তৰ প্ৰদেশৰ নেতা জয় সিং যাদৱে৷ যাৰ বাবে ঘটনাটো উত্তৰ প্ৰদেশৰ বুলি বহুতে দাবী কৰিছে৷
প্ৰকাশিত খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ ২৪ বছৰীয়া অনামিকাই ৫০ বছৰীয়া পিতৃক স্বামীবৰণ কৰিছে৷ তেওঁ প্ৰকাশ কৰা অনুসৰি পিতৃৰ সৈতে বহুদিনৰ পৰা তেওঁৰ চলি আছিল প্ৰেমৰ সম্পৰ্ক৷ সেয়া প্ৰেমক পূৰ্ণতা প্ৰদান কৰি তেওঁ শেষত বিবাহত আবদ্ধ হৈছে৷
দৰা বিচাৰি সময় নষ্ট কৰাতকৈ ঘৰৰে পিতৃৰ সৈতে বিয়া হোৱা বুলি দাবী কৰিছে যুৱতীগৰাকীয়ে৷ সুন্দৰী যুৱতীগৰাকী বৰ্তমান মচগুল হৈ পৰিছে সংসাৰত৷
কিন্তু বহুতৰে মতে এয়া হৈছে কেৱল পাব্লিচিটী ষ্টাণ্ট৷ প্ৰচাৰৰ লোভত তেওঁ কৰিছে বিবাহৰ অনুভৱ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email