যৌনতাৰ অপূৰ্ণ আশাই উন্মনা কৰি তুলিছে অসমীয়া মহিলাক৷ সেই কাৰণে অসমত বাঢ়িছে যৌনতাৰ সামগ্ৰীৰ চাহিদা৷ ছেক্স টয় বিচাৰি হাবাথুৰি খাইছে অতৃপ্ত নাৰীকুলে৷ অৱশ্যে এই সামগ্ৰী তেওঁলোকে অনলাইনতে লাভ কৰিছে৷ ডেল্লীভাৰী, ই-কাৰ্ট আদিয়ে নিজা ডাউন লাইনৰ জৰিয়তে ছেক্স টয় যোগান ধৰিছে৷
এটা অনলাইন প্ৰতিষ্ঠানৰ গুৱাহাটীৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি ভাইব্ৰেটৰ আৰু ছেক্স টয়ৰ চাহিদা ছমাহৰ ভিতৰত ৮০ শতাংশ বৃদ্ধি হৈছে৷ গুৱাহাটীৰ অসমীয়া প্ৰধান এলেকাৰ মহিলাই কৃত্ৰিম পুৰুষাংগৰ দৰে সামগ্ৰীও অৰ্ডাৰ দিছে৷ আগতে কিন্তু গুৱাহাটীত তেনেই তাকৰীয়া পৰিমাণৰহে ছেক্স টয় বিক্ৰী হৈছিল৷ কিন্তু লাহে লাহে এইধৰণৰ বস্তুৰ চাহিদা বাঢ়িছে৷
অসমীয়া মহিলাই অৰ্ডাৰ দিবলৈ ধৰিছে ছে*ক্স টয়৷ পুৰুষ সংগীয়ে যৌনকামনা পূৰ্ণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকে বিচাৰিছে কৃত্ৰিম পুৰুষাংগ৷
বৰ্ধিত চাহিদাই অসমীয়া পুৰুষাৰ যৌন দুৰ্বলতাৰো প্ৰকাশ কৰিছে৷