লগে লগে কমি গ’ল বেমাৰ

পেটৰ অসুখ নোহোৱা হল শিৱসাগৰীয়াৰ কথাটো আচৰিত, যোৱা তিনিদিন ধৰি  শিৱসাগৰত কমিছে পেটৰ অসুখ গেষ্ট্ৰিকৰ দৰৱৰো বিক্ৰী শিৱসাগৰত ৭০ শতাংশ কমি গৈছে কিন্তু শিৱসাগৰৰ মানুহবোৰ হঠাতে নিৰোগী হোৱাৰ কাৰণ কি?এই ৰহস্যটো হৈছে গাহৰি মাংস আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবে শিৱসাগৰত গাহৰি মাংস বিক্ৰী বন্ধ ৰখা হৈছেসেয়ে গ্ৰামাঞ্চল আৰু সদৰত  কমিছে পেটৰ বিভিন্ন অসুখসচৰাচৰ ডিব্ৰুগড় চহৰ আৰু মৰাণৰ পিছত ডিব্ৰুগড়তে সৰ্বাধিক পৰিমাণৰ গাহৰি মাংস সদায় বিক্ৰী হয় আমি জৰীপৰ সময়ত লাভ কৰা খবৰ অনুসৰি শিৱসাগৰৰ আনুমানিক  ৭০ শতাংশ লোকে খাই গাহৰি মাংস কিন্তু নিষিদ্ধকৰণৰ ফলত তেওঁলোকে প্ৰিয়  মাংসবিধ খাবলৈ পোৱা নাইসেয়ে অধিকহাৰত গাহৰি মাংস খোৱাৰ ফলত হোৱা বেমাৰৰ পৰা বাচি আছে শিৱসাগৰৰ নাম প্ৰকাশত অনিচ্ছুক আগশাৰীৰ ঔষধ বিক্ৰেতাই জনোৱা অনুসৰি গাহৰি মাংসত নিষেধাজ্ঞা আৰোপৰ পৰা যোৱা তিনিদিন কমিছে গেষ্ট্ৰিকৰ দৰৱৰ বিক্ৰীএকেদৰে বদহজমীৰ ঔষধো বিক্ৰী নোহোৱা হৈছে৷ বৃহত্তৰ নিতাই পুখুৰীৰ এটা স্বাস্থ্যকেন্দ্ৰৰ তথ্য অনুসৰি গাহৰি মাংস নিষিদ্ধকৰৰণৰ দিন ধৰি হ্ৰাস পাইছে ৰোগীৰ সংখ্যা

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email