হালধীয়া মাগুৰ খাইছে নেকি?

লেট্ৰিনৰ টেংকিৰ মাগুৰ খাইছে চহৰৰ মানুহে সঁচাকৈ কৈছোঁ, ডাক্টৰে খাবলৈ ক’লেও মাগুৰ মাছ নাখাব পাৰিলে গাঁৱৰ খালত ধৰা মাগুৰহে খাব৷ বজাৰৰ হালধীয়া মাগুৰ বোৰ আচলতে লেট্ৰিনৰ টেংকিৰ পৰা বাজৰলৈ নিয়া হৈছে৷ গুৱাহাটীৰ মাছ ব্যৱসায়ীয়ে গোপনীয়তাৰ চৰ্তত প্ৰকাশ কৰা অনুসৰি বজাৰত উপলব্ধ ৯০ শতাংশ মাগুৰ ছেপ্টিক টেংকত পোহা বৰ্তমান যিহেতু সুবিধাজনক স্থানত লেট্ৰিনৰ টেংকী খন্দা হয় সেয়ে আৰম্ভণিতে তাতমেলি দিয়া হয় মাগুৰৰ পোনা পৰিচয় প্ৰকাশত অনিচ্ছুক ব্যৱসায়ীয়ে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰে প্ৰায়বোৰ এপাৰ্টমেণ্টৰ ছেপ্টিক টেংকত মাগুৰ পোহা হয় সেইবোৰ মাগুৰ ৰং ঈৰ্ষৎ হালধীয়া হয় নুনমাটি, নাৰেংগী আদিৰ প্ৰায়বোৰ বাসিন্দাৰ লেট্ৰিনৰ টেংকিতে মাগুৰ আছে বছৰৰ নিৰ্দিষ্ট সময়ত টেংকৰ পৰা মাগুৰ ধৰা হয় চাংসাৰি, আমিনগাঁও আদি এলেকাতো ছেপ্টিং টেংকত মাগুৰ প্ৰতিপালন হৈ পৰিছে স্বাভাৱিক কাৰ্য বেপাৰীজনে প্ৰকাশ কৰা মতে মানৱ বিষ্ঠা খোৱা মাগুৰ সোনকালে ডাঙৰ হয় সেয়ে লেট্ৰিনৰ টেংকিত পোহা হয় মাগুৰ৷ গুৱাহাটীৰ বজাৰলৈ প্ৰেৰণৰ বাবেই নগাঁও, মৰিগাঁও, বৰপেটা আদিতো লেট্ৰিনৰ টেংকিত মাছ পোহাটো বাঢ়িছে সেইবোৰ হালধীয়া মাগুৰ লৈয়েই সদায় পুৱা গুৱাহাটীলৈ যায় গাড়ী

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial