যোৰহাটৰ ভৰালীহঁতৰ কথা কৈছোঁ

যোৰহাটৰ ভৰালী কেনে আছে?
মনত আছেনে ভৰালীৰ কথা?
৭২ বছৰীয়া বৃদ্ধক শক্তিবৰ্ধক টেবলেট খুৱাই উত্তেজিত কৰা কামাতুৰ ভৰালী পুলিচে গ্ৰেপ্তাৰ কৰিছিল৷ ঘৰতে যৌনতাৰ উদ্যোগ আৰম্ভ কৰি লোৱা ভৰালী হৈ পৰিছিল ভাইৰেল গাৰ্ল৷
বিষৰ টেবলেট বুলি ভায়েগ্ৰা খুৱাই বৃদ্ধৰ সৈতে সংগম কৰা ভৰালী বৰ্তমান ঘৰতে আছে৷ সংগমৰ দৃশ্য ভিডিঅ’ কৰি ধন ঘটিবলৈ গৈ জে’লত সোমোৱা ভৰালী অনুতপ্ত হৈ পৰিছে৷
হঠাতে ভাইৰেল ছেন্সেশ্যন হৈ পৰা সুন্দৰী ভৰালী পূৰ্বে আছিল মেধাৱী ছাত্ৰী৷ দৰিদ্ৰ পৰিয়ালৰ ভৰালীয়ে বিচাৰিছিল ইজিমানী৷
কিন্তু অথন্তৰ ঘটাৰ ফলত ভৰালীৰ ইণ্ডাষ্ট্ৰী বন্ধ হৈ গ’ল৷ পিনোন্নত বক্ষ উদঙাই ৱেবছাইট ফটো আপলোড কৰিও ভৰালীয়ে ধন ঘটিব নোৱাৰিলে৷
কিন্তু আইনী কাৰণত জে’লৰ পৰাও মুক্তি লাভ কৰিলে ভৰালীয়ে ৷ তথাপি কলংকিত ভৰালী হৈ পৰিল এঘৰীয়া৷
বৰ্তমান যোৰহাটৰ সেই ঘৰখনৰ সৈতে সমাজৰ সম্পৰ্ক নাই৷ ভৰালীৰ পৰিয়ালৰ স্থানীয় সমাজে এঘৰীয়া কৰি ৰাখিছে৷
কোনো অনুষ্ঠানলৈয়ো ভৰালীৰ পৰিয়ালক নিমন্ত্ৰণ জনোৱা নহয়৷ তেওঁলোকৰ ঘৰলৈয়ো কোনো নাযায়৷ মুঠতে ভৰালী সম্প্ৰতি অকলশৰীয়া৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email