অভিনেত্ৰীৰ ফাকি কথা

প্ৰচাৰৰ লোভতে মিছা কথা কৈছে অভিনেত্ৰীয়ে৷
হোটেলত নিৰ্যাতনৰ যি অভিযোগ অসমৰ এগৰাকী অভিনেত্ৰীয়ে উত্থাপন কৰিছে সেয়া সম্পূৰ্ণ মিছা৷ আমি চৰজমিন তদন্ত কৰি এই তথ্য লাভ কৰিছোঁ৷
হোটেল কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি অভিনেত্ৰীগৰাকী থকাৰ সময়ত হোটেলত তেনে কোনো ঘটনাই ঘটা নাছিল৷ তদুপৰি তেৱোঁ অভিযোগ দিয়া নাছিল৷
কিন্তু ওলাই গৈ তেওঁ হঠাতে হৈ পৰিল সৰৱ৷ তেওঁ কিন্তু এনেদৰে অসুবিধা পোৱাৰ কথা আগতেই কোৱা নাছিল৷
গতিকে ধৰা পৰিছে তেওঁৰ মিছা কথা৷ হোটেল কৰ্তৃপক্ষি সদৰী কৰা অনুসৰি পূৰ্বে CCTV কেমেৰাও পৰীক্ষা কৰা হৈছিল৷
আগতেও কেৱল প্ৰচাৰৰ লোভতে এইগৰাকী অভিনেত্ৰীয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল৷ বিয়াঘৰত দৰাক দম দিও তেওঁ সৃষ্টি কৰিছিল বিতৰ্ক৷
প্ৰচাৰৰ পৰা আঁতৰি থাকিলেই উন্মাদ হৈ পৰাটো তেওঁৰ অভ্যাস৷ সেয়ে অভিনেত্ৰীগৰাকীয়ে অদৰকাৰী কথাৰে আকৌ বিতৰ্কৰ সৃষ্টি কৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email