কিয় অসমত ভাঙিছে সংসাৰ

কাৰণটো কি সেয়া আমি নাজানো পিছে পুৰুষৰ দুৰ্বল যৌনশক্তি অথবা পাৰিবাৰিক অসুবিধাৰ বাবে অসমত বাঢ়িছে ভাগি যোৱা সংসাৰ কিন্তু প্ৰশ্ন হয়, বিবাহিতা মহিলা কিয় চেঙেলীয়া ল’ৰাৰ প্ৰেমত পৰে? এই বিষয়েও আছে মনোবৈজ্ঞানিক ব্যাখ্যা৷ সেই অনুসৰি ছিংগল যুৱতীৰ তুলনাত বিবাহিতা মহিলা মানসিকভাৱে পৰিপক্ব সেয়ে তেওঁলোকে প্ৰকৃত মৰমীয়াল পুৰুষক আগতীয়াকৈ বুজিব পাৰে বিবাহিতা মহিলা আনৰ তুলনাত অধিক আত্মবিশ্বাসী ফলত অবিবাহিত যুৱকক তেওঁলোকে সুখী সংসাৰৰ বাবে আশ্বস্ত কৰিব পাৰে৷ বিবাহৰ পিছত মহিলাসকল নিজৰ শৰীৰৰ প্ৰতি অধিক সচেতন হৈ পৰে ফলত পুৰুষ আকৰ্ষিত হয় এইসকল মহিলাৰ সাজোন-কাচোনেও পুৰুষক সহজে আকৰ্ষণ কৰিব পাৰে সৌন্দৰ্য্যৰ বাবে অবিবাহিত যুৱক বিবাহিতাৰ প্ৰেমত পৰে বিবাহিত নাৰীৰ স্বভাৱ স্বাভাৱিকতে যত্নশীল৷ তদুপৰি তেওঁলোকে পৰাপক্ষত স্বাৱলম্বী হ’বলৈ চেষ্টা কৰে এইসকল মহিলাই অবিবাহিত যুৱকক আৰ্থিকভাৱেও সহায় কৰিব পাৰে সেয়ে ডেকাবোৰ তেওঁলোকৰ প্ৰতি হৈ পৰে আকৃষ্ট৷ সবাতোকৈ গুৰুত্বপূৰ্ণভাৱে বিবাহিত মহিলাই স্বামীৰ বাদে আনৰ সৈতে পাক লগাই কথা নকয় তেওঁলোকে ল’ৰাবোৰৰ সৈতে পোনপটীয়াকৈ কথা পাতে৷ এনেবোৰ কাৰণতে ৰম্ভা-মেনকাৰ দৰে বোৱাৰীয়ে আকৰ্ষণ কৰে অবিবাহিত ডেকাক সেয়ে ভাঙে সংসাৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial