মুছলমানৰ বাবে ব্লাডবেংকত সমস্যা

মুছলমানক কেৱল তেজ লাগেহে তেওঁলোকে কিন্তু ৰক্তদান নকৰে ৰোগৰ সময়ত আন ধৰ্মৰ ৰোগীৰ দৰেই মুছলমান ৰোগীয়েও তেজ বিচাৰে ডাক্তৰৰ পৰামৰ্শ অনুসৰি মুছলমান ৰোগীয়েও তেজৰ বাবে ভিক্ষা কৰে কিন্তু মুছলমানে ৰক্তদান কৰাৰ উদাহৰণ তেনেই কম৷ মুছলমানৰ বাবেই অসমৰ ব্লাডবেংকত তেজৰ প্ৰায়ে অভাৱ হয় অনানুষ্ঠানিক তথ্য অনুসৰি অসমৰ ব্লাডবেংকত ৰক্তদান কৰা লোকসকলৰ ৯০ শতাংশ হৈছে হিন্দু বৰ্তমান বড়ো আৰু ৰাভা জনগোষ্ঠীৰ যুৱকেও অধিকহাৰত ৰক্তদান কৰিবলৈ লৈছে কিন্তু ধৰ্মীয় কাৰণ প্ৰদৰ্শন কৰি মুছলমানে ৰক্তদান কৰিবলৈ ইচ্ছা কৰা নাই৷ পিছে আন ৰোগীৰ দৰে বিপদৰ সময়ত তেওঁলোকেও তেজ বিচাৰিছে বিভিন্ন NGO আৰু ফে’চবুক গ্ৰুপেও ৰক্তদানৰ শিবিৰ অনুষ্ঠিত কৰিছে কিন্তু তাত মুছলমান যুৱকৰ অংশগ্ৰহণ প্ৰায় নাই বুলিয়েই ক’ব পাৰি বৰপেটা মেডিকেল কলেজৰ ব্লাডবেংকৰ পৰা মুছলমান ৰোগীয়ে প্ৰায়েই ৰক্ত লাভ কৰে কিন্তু দান নকৰে ৰক্ত

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial