অসমত বিজেপিৰ বৃহৎ জয়

অসমত কংগ্ৰেছৰ অধঃপতন! উপনিৰ্বাচনৰ ৫ সমষ্টিতেই মুখ ঠেকেছা এক কথাত চেমি ফাইনেলত কংগ্ৰেছ ক্লিন বল্ড ৫ সমষ্টিৰ উপনিৰ্বাচনক লৈ শাসক-বিৰোধীয়ে ৰচিছিল ব্যাপক ৰণ কৌশল।কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ ১৫ ৰাজনৈতিক দলৰে গঠন হৈছিল বিৰোধী ঐক্য মঞ্চ। উদ্দেশ্য আছিল BJP মিত্ৰজোঁটক উৎখাত পিছে,কংগ্ৰেছ সহ বিৰোধী ঐক্যৰ ৰণনীতি উফৰাবলৈ সক্ষম হল শাসকীয় BJP মিত্ৰজোঁতে।৫ সমষ্টিৰ এটা সমষ্টিও দখল কৰিবলৈ সক্ষম নহল কংগ্ৰেছ তথা বিৰোধী।বঙাইগাঁওত বৃহৎ বেব্যৱধানত জয়ী সাংসদ ফণীভুখন চৌধুৰীৰ পত্নী তথা অগপ নেত্ৰী দিপ্তীময়ী চৌধুৰী বিহালীত জয়ন্ত বৰাক উফৰাই,শেষ হাঁহি মাৰিবলৈ সক্ষম হল BJP প্ৰাৰ্থী দিগন্ত ঘাটোৱাল ধলাইত কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰুকাস্থ্যৰ বিপৰীতে জয় লাভ BJP প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ আনহাতে,এইবেলিও BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ কথা নামানিলে BTR ৰ বড়ো ভূমিয়ে।ছিলদিত প্ৰমোদ বৰুৱে প্ৰক্ষেপ কৰা UPPL ৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মাই মাৰিলে শেষ হাঁহি ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিটোৱে আছিল চামগুৰি সমষ্টি বিগত ২৫ বছৰে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰি সমষ্টি এইবাৰ বচাব নোৱাৰিলে ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল হুছেইনে।সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা চামগুৰি সমিষ্টিত ২৫ বছৰৰ অন্তত কংগ্ৰেছৰ দুৰ্গ ভাঙি তানজিল হুছেইনক হৰুৱাই চামগুৰিৰ দুৰ্গত এতিয়া BJP ৰ দিপ্লুৰঞ্জন শৰ্মা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial