গোহালিতে শুইছে অসমীয়া

প্ৰথমে এই ভিডিঅ’টো চাই লওক চোৰ সোমোৱাৰ ভয়ত এজন লোক গোহালিতে বিছনা পাতি লৈছে গৰুকেইটাৰ সৈতে একেলগে শুইছে তেওঁ৷ চোৰক কাটিবলৈ সাজু কৰি ৰাখিছে দা এই দৃশ্যটো অসমত স্বাভাৱিক হৈ পৰিছে৷ পুলিচে কি কৰিছে নাজানো কিন্তু ঔষধ খুৱাই গৰু চুৰি কৰাৰ ঘটনা বাঢ়িছে৷ চোৰে প্ৰথমতেই গোহালিত সোমাই গৰুক দৰৱ শুঙাই দিয়ে, ফলত হেম্বেলিয়াব নোৱাৰা হয় গৰুৱে এই পদ্ধতিৰেই চোৰে শিৱসাৰৰ ডিমৌৰ পৰা চুৰি কৰি নিছিল গৰু তাৰ পিছতে সৃষ্টি হৈছিল এই পৰিস্থিতিৰ৷ তথাপি কিন্তু পুলিচ সাৰ পোৱা নাই মিঞা গৰু চোৰে উদং কৰিছে অসমীয়াৰ গোহালি৷ চেউৰী-দমৰাকেইটাতে ৰাখিবলৈ গোহালিতে শুবলগীয়া হৈছে অসমীয়া এই বিষয়টোত পুলিচে একোৱেই সহায় কৰা নাই নিশা পেট্ৰ’লিং কৰিছে, তাৰ মাজতো আকৌ গৰু চোৰে লৈ গৈছে গো-ধন এনেকৈ থাকিলে অসমীয়াৰ ঘৰত কিচুদিনৰ পিছত গৰুৱেই নাথাকিব মিঞাই উদং কৰিব গোহালি

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email