বেংককত অভিনেতাই কৰিছিল এই কাণ্ড

প্ৰ’টিনৰ বাবে পত্নীৰ গাখীৰ খাইছিল আয়ুস্মান খুৰানাই মনে মনে পত্নীৰ দুগ্ধপান কৰিছিল বলীউডৰ অভিনেতাজনে৷ প্ৰ’টিনৰ উৎস হিচাপে তেওঁ খাইছিল মানৱ দুগ্ধ ফলত আয়ুস্মানৰ পুত্ৰয়েই খাবলৈ
পোৱা নাছিল মাকৰ গাখীৰ এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে আয়ুস্মানৰ পত্নী তাহিৰাই৷ বেংককত সংঘটিত হোৱা ঘটনাৰ কথা এতিয়াহে তেওঁ বৰ্ণনা কৰিছে সেইসময়ত প্ৰথম সন্তানৰ জন্মৰ পিছত আয়ুস্মান আৰু তাহিৰা হানিমুনৰ বাবে বেংককলৈ গৈছিল তেতিয়া পুত্ৰৰ বাবে আগতীয়াকৈ বুকুৰ গাখীৰ উলিয়াই ৰাখিছিল তাহিৰাই৷ ভেকুৱামৰ জৰিয়তে তেওঁ গাখীৰ বটলত সংৰক্ষণ কৰিছিল৷ পিছে হোটেলৰ পৰা নোহোৱা হৈছিল গাখীৰৰ বটল৷ ফলত অনাহাৰে থাকিবলগীয়া হৈছিল তেওঁলোকৰ সন্তান৷ কিন্তু গাখীৰৰ বটলৰ চোৰ বিচাৰিছিল তাহিৰাই৷ কেবাদিনো বিচৰাৰ পিছত স্বামী আয়ুস্মানেই যে গাখীৰ চুৰি কৰিছিল সেয়া জানিছিল তাহিৰাই৷ তেতিয়া প্ৰ’টিনৰ বাবে মাতৃদুগ্ধ খোৱা বুলি আয়ুস্মানে কৰিছিল স্বীকাৰ

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email