কেনেকৈ মিঞাই খেদে বান্দৰ

মিঞা থকা ঠাইত বান্দৰ নাথাকে অসমীয়াৰ খেতি ঢাহি-মুহি বান্দৰে শেষ কৰিছে, কিন্তু মিঞা বসতিপ্ৰধান এলেকাত বান্দৰ নাই আনকি কেৰ্কেটুৱায়ো নাখাই নাৰিকল বা তামোল৷ মিঞাৰ ঘৰত থকা বাৰীত বান্দৰ বা কেৰ্কেটুৱা নোসোমায় এই কথাটো হৈছে ৰহস্যৰ কাৰণ এই কাৰণটোৱেই উদঘাটনৰ চেষ্টা চলাইছে অসম চৰকাৰে যিহেতু চৌদিশৰ পৰা বান্দৰৰ উপদ্ৰৱ বৃদ্ধিৰ খবৰ আহিছে, সেয়ে নিয়ন্ত্ৰণৰ বাবে এলানি কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে বান্দৰৰ বাবেই অসমৰ গ্ৰামাঞ্চলত প্ৰতিপদ সামগ্ৰীৰে উৎপাদন হ্ৰাস পাইছে গতিকে চৰকাৰে ৱলম্বন কৰিবলৈ ওলাইছে মিঞা ফৰ্মুলা জানিব পৰা মতে গ্ৰামোন্নয়ন বিভাগৰ বিষয়াই মিঞাই বান্দৰ খেদা পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিবসেই অনুসৰি অসমীয়াৰ গাঁৱতো বান্দৰ খেদিবলৈ পদ্ধতি গ্ৰহণ কৰা হ’ব মিঞা খেতিয়কক এই পাইলট প্ৰজেক্টৰ মুৰব্বী হিচাপেও চৰকাৰে নিয়োগ কৰিব তেওঁলোকৰ অধীনত চলিব বান্দৰ ধৰা অভিযান৷ তাৰ পিছত নিৰ্দিষ্ট স্থানত বান্দৰ মেলি দিয়া হ’ব সকলো জিলাতে থাকিব এনে মাংকী জ’ন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email