পৰিশ্ৰমী জাতিক শেষ কৰিব নোৱাৰিলে অসমীয়াই

পৰিশ্ৰমী জাতিক কোনেও ধ্বংস কৰিব নোৱাৰে এয়াই প্ৰতিপন্ন কৰি উজনি আৰু মধ্য অসমত আকৌ বাহৰ পাতিছেহি মিঞাই জাতীয়তাবাদীয়ে পহুখেদা দিয়াৰ পিছত আকৌ ধান কাটিবলৈ অসমীয়াই মিঞাক মাতি আনিছ ইতিমধ্যে আগতীয়া ধানবাৰো পকিছে কিন্তু মিঞা গুচি যোৱাৰ ফলত নোহোৱা হৈছিল দাৱনী বাগিচাৰ শ্ৰমিকসকলে কঠীয়া ৰোৱে যদিও কাটিব নোৱাৰে৷ সেয়ে ব্যক্তিগতভাৱে সংযোগ কৰি অসমীয়া খেতিয়কে মাতি আনিলে মিঞা শ্ৰমিক এইবাৰ মিঞাই এবিঘা মাটিৰ ধান কাটিছে কমেও ২,০০০ টকাত ঠিকা লৈ ধান কাটি শেষ কৰিছে মিঞাই আইজুং, ৰঞ্জিত আদি ধান কাটি মিঞাই শিৱসাগৰ, যোৰহাট আদিত ধন ঘটিছে ৬ জনীয়া দল এটাই এদিনতে কমেও ডেৰবিঘা মাটিৰ ধান কাটিছে একেদৰে শোণিতপুৰ, লখিমপুৰ আধিৰ পথাৰতো নামিছে জাকে জাকে মিঞা অসমীয়া মালিকে মিঞাক ধান কটাৰ ঠিকা দিয়াৰ কেবাটাও কাৰণ আছে কাৰণ মাটিৰ জোখ কৰি মিঞাক ধন পৰিশোধ কৰাৰ বাহিৰে আন জঞ্জাল নাই তেওঁলোকক খোৱাৰ যোগাৰো ধৰিব নালাগে৷ কিন্তু অসমীয়া দাৱনীয়ে ধান কাটিলে চাহৰ পৰা ভাতলৈ সকলো যোগান ধৰিব লাগে
কিন্তু মিঞাক লাগে কেৱল পইচা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial