মুছলমান পৰিয়ালৰ বোৱাৰী হ’বলৈ ওলাইছে আন এগৰাকী অভিনেত্ৰী৷ ছঈফ আলি খানৰ পুত্ৰ ইব্ৰাহিমৰ সৈতে ডেটিঙত মতলীয়া হৈছে সুন্দৰী পলক তিৱাৰী৷ পৰিয়ালৰ বাধা নেওচি পলকে ইব্ৰাহিমৰ সৈতে কৰিছে বিদেশ ভ্ৰমণ৷
সুন্দৰী পলক তিৱাৰী হৈছে অবিনেত্ৰী শ্বেতা তিৱাৰীৰ কন্যা৷ একালৰ কাহানী ঘৰ ঘৰ কী নামৰ ছিৰিয়েলখনলৰ নায়িকা আছিল শ্বেতা৷ প্ৰায় ৫০ বছৰ বয়সতো অপৰূপা হৈ থকা শ্বেতাৰ তিনিবাৰ বিবাহ বিচ্ছেদ হৈছে৷
গতিকে কন্যাক সাৱধানে জীৱনসংগী বাছনি কৰিবলৈ কৈছিল শ্বেতাই৷ পিছে তেওঁৰ কথা নুশুনিলে জীয়ৰী পলকে৷
ইতিমধ্যে বলীউডত খোজ পেলোৱা পলকে বিকিনী পৰিধান কৰি সাগৰৰ পাৰত ইব্ৰাহিমৰ সৈতে ঘূৰি ফুৰিছে৷ দুয়ো কৰিছে আলিংগন৷
পলক আৰু ইব্ৰাহিমক বলীউডৰ হট কপল হিচাপে অভিহিত কৰিছে সাংবাদিকে৷ অৰ্থাৎ মুছলমানৰ ঘৰলৈ বোৱাৰী হৈ যোৱাটো নিশ্চিত হৈছে এগৰাকী হিন্দু অভিনেত্ৰীৰ৷
বিকিনী পিন্ধি ভ্ৰমণ
