ককাহঁতে ৰাস পাতিছে আপোনালোকো আহিব দেই চাবলৈ শৰৎ কালৰ বিতোপন ৰাতি মায়াময় কৰি তোলা ৰাসৰ সৈতে  এইখন ৰাসৰ পাৰ্থক্য আছে কলাবাৰী মাজিকুছি গাঁৱত পতা এইখন  ৰাসত ভাও লৈছে ককাহঁতে সংস্কৃতিক আগুৱাই নিয়াৰ দায়িত্ব পিছৰ প্ৰজন্মই গ্ৰহণ কৰাৰ পিছত ভাও লৈছে ককাহঁতে৷ মাজিকুছি গাঁৱত আয়োজিত ৰাসৰ কৃষ্ণ হৈছে অশীতিপৰ মুহীকান্ত বৰুৱা৷ সেইদৰে আন চৰিত্ৰসমূহতো অভিনয় কৰিছে বয়োবৃদ্ধ গঞাইকেবাবছৰৰ আগতেই ভাও দিবলৈ এৰা ককাহঁতে ইমানদিনে গাঁৱৰে নামঘৰত  পূৰ্ণোদ্যমে আখৰা কৰিলে এতিয়া আকৌ তেওঁলোক সাজু হৈছে গোপী হৈ নাচিবলৈ৷ কালকেতু, দৈৱকী, বসুদেৱ সকলো চৰিত্ৰতে অভিনয় কৰিবলৈ ওলাইছে বৃহত্তৰ  কলাবাৰী বয়োজ্যেষ্ঠ লোকসকলকেবাখনো গাঁৱৰ গঞাই মিলি আয়োজন কৰিছে ককাহঁতৰ ৰাসখন হাইপ্ৰেছাৰ, ডায়েবেটিছৰ কথা পাহহি আজি ককাহঁতে মাত্ৰ নাচিব আকৌ কঁপাই দিব বৃন্দাবন

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial