বিবাহৰ পিছতে ৰিলায়েঞ্চত লাগিল শনি

মানুহক দেখুৱাই হৈ-চৈ কৰি পতা বিয়াই  কাল নমালে আম্বানি পৰিয়াললৈ যিদৰে পুত্ৰ ২০০ কোটিটকীয়া বিয়া পতাৰ পিছতে সুব্ৰত ৰায়ৰ ছাহাৰা শেষহৈ গৈছিল তেনে পৰিস্থিতিয়েই হৈছে ৰিলায়েঞ্চৰ বিয়াৰ পিছত হঠাতে আম্বানিয়ে বন্ধ কৰি দিছে ৰিলায়েঞ্চ ৰিটেইললোকচান বৃদ্ধি পোৱাৰ বাবে আম্বানিয়ে বন্ধ কৰি দিলে ৰিলায়েঞ্চৰ খুচুৰা বেপাৰ৷ কেবাখনো ৰাজ্যত ইতিমধ্যেই ৰিলায়েন্স ৰিটেইলৰ আউটলেট বন্ধ কৰা হৈছে২০ খন ৰাজ্যত শীঘ্ৰে এই আউটলেট বন্ধ কৰা হব৷ তাৰ পিছত ৰিলায়েঞ্চ জিঅ ক লৈয়ো সন্দেহৰ সৃষ্টি হৈছে৷ বিশেষকৈ ভাৰতত জিঅ’ৰ আয়ুস যে টুটি আহিছে সেয়া প্ৰমাণিত হৈছে এলন মাস্কৰ ষ্টাৰলিংকৰ সেৱা আৰম্ভ হলেই ৰিলায়েন্সৰ টেলিকম সেৱা  বন্ধ হোৱাৰ আশংকা আছেকাৰণ ষ্টাৰলিংকে কম দামতে গ্ৰাহকক  দিব উন্নতমানৰ ইণ্টাৰনেট সেৱাগতিকে অনাগত সময়ত ৰিলায়েঞ্চ জিঅ বন্ধ হোৱাৰ সন্দেহেই সৃষ্টি হৈছে৷ ডাঙৰকৈ বিয়া পাতিলেই ব্যৱসায়ৰ যে পতন হয় সেয়াই প্ৰমাণিত কৰিছে ৰিলায়েঞ্চৰ দুৰ্গতিয়ে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial