হিন্দুত্ববাদীয়ে পাতিছে লাচিত দিৱস

মুছলমানক অপমান কৰিবলৈ লাচিত বৰফুকনক হিন্দুবীৰ বুলি কোনোবাই যিমানেই ঘোষণা নকৰক লাচিত কিন্তু হিন্দু নাছিলআহোম সেনাপতি লাচিত বৰফুকনৰ ধৰ্মই হিন্দু নাছিল লাচিত বৰফুকন আছিল টাইধৰ্মী দৰাচলতে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালতহে আহোমসকলে হিন্দুধৰ্ম গ্ৰহণ কৰিছিল লাচিত আছিল শিৱসিংহৰ পূৰ্বৰ প্ৰজন্মৰ৷ গতিকে লাচিতৰ দিনত আহোম ৰাজবংশয়েই হিন্দু নাছিলএতিয়া হিন্দু জাগৰণ নামৰ এটা তথাকথিত সংগঠনে লাচিত দিৱসৰ আয়োজন কৰিছে কিন্তু মুছলমান বিৰোধিতাৰ নামত সংগঠনটোৱে কিমান ভুল কৰিছে চাওঁ আহক আচলতে শৰাইঘাটৰ যুদ্ধ কৰা মোগল সেনাপতি ৰামসিংহই আছিল হিন্দু৷ মোগল সৈন্যদলত আছিল শিখ সেনাও৷ হিন্দু ৰাজপুতো মোগল বাহিনীত আছিল৷ সেই সময়ত আকৌ লাচিতৰ তিনিজন দেহৰক্ষী আছিল৷ তেওঁলোকৰ নাম আছিল ক্ৰমে লাইধন খাঁ, গেঠুৱা গৰিয়া আৰু নদাই খৰঙী বৰুৱা৷ অৰ্থাৎ দুজন দেহৰক্ষীয়েই মুছলমান আছিল সেই লাচিতকে বৰ্তমান হিন্দুবীৰ সজাবলৈ চলিছে আপ্ৰাণ চেষ্টা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial