সুধা পান কৰি গুচি গ’ল নেকি প্ৰেমিক!

উন্মুক্ত স্তন প্ৰদৰ্শন কৰি কেমেৰাৰ সন্মুখত  থিয় হৈছিল মালাইকা আৰোৰাঅৰ্জুন কাপুৰৰ প্ৰতাৰণাৰ পিছত দিশহাৰা মালাইকাই নিসংকোচে  উদঙাই দেখুৱাইছিল বক্ষপ্ৰদেশপুত্ৰৰ জন্মদিনৰ পাৰ্টীত মালাইকাই পিন্ধিছিল এযোৰ বিশেষ কাপোৰ৷ যিযোৰ পৰিধানৰ পিছতো উদং হৈয়েই আছিল মালাইকাৰ স্তন৷সেইলৈ বহুতে মালাইকাক কৰিছে কটাক্ষ৷ ট্ৰলিঙেৰে মালাইকাক ধিক্কাৰ দিছে নেটিজেনে ৫০ বছৰ বয়সতো স্তন প্ৰদৰ্শনৰ বাবে মালাইকাক বহুতে বেয়া পাইছে৷কিন্তু কাৰো সমালোচনালৈ  গুৰুত্বই দিয়া নাই মালাইকাইবক্ষপ্ৰদেশৰ লগতে শৰীৰ অধাভাগ অংগই উন্মুক্ত কৰি কাপোৰ পৰিধান কৰিব বুলিও সকলোকে কৈ দিছে মালাইকাইঅজস্ৰ পুৰুষৰ মনত জুই লগোৱা মালাইকাই ৰূপৰ যাদুৰেই অৰ্জুন কাপুৰকো বলিয়া কৰিছিল৷ কিন্তু সৰ্বস্ব কাঢ়ি গুচি গ’ল অৰ্জুন৷ কেবাবছৰো লিভিং টুগেডাৰৰ পিছত অৰ্জুনে ব্ৰেক-আফ কৰিলে৷  মালাইকাক ঠগিলে অৰ্জুনে vo উৰণীয়া মৌৰ দৰে সুধা পান কৰি গুচি গ’ল অৰ্জুন৷ বহুবছৰ অৰ্জুনৰ বুকুতে আলফুলে সোমাই থকা মালাইকাই সেয়ে এতিয়া সমালোচনালৈ ভয় নকৰা হৈছেহেৰুৱাবলৈ একো নথকাৰ বাবে সাহস বাঢ়িছে মালাইকাৰ৷ সমালোচনাৰ পিছতো বক্ষপ্ৰদেশ প্ৰদৰ্শন কৰিবই বুলিও কৈ দিছে মালাইকাই৷ স্তনবৃন্তও প্ৰদৰ্শন কৰি কাপোৰ পিন্ধিবলৈহে মন মেলিছে মালাইকাই৷ পুৰুষৰ চৰিত্ৰ জানো বুলিও কৈ দিছে মালাইকাই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial