কিয় সাৰি যাব চুমি বৰা!

জেলৰ আইৰন থকা পানীৰে মুখ ধুবলৈ ইচ্ছা কৰা নাই চুমি বৰাই পিছে উপায়ন্তৰ হৈ তেওঁ ধুইছে মুখ৷ পিছে আইৰনৰ বাবেই হেনো চুমিৰ মুখত লাগিছে দাগ দাঁততো পৰিছে কলা চিনএই কথাবোৰেই খঙত বকি আছে চুমিয়ে৷ CBI তদন্তৰ বাবে এতিয়া গুৱাহাটীত বন্দী হৈ থকা চুমিয়ে গা ধুবলৈয়ো মন কৰা নাই জেলত নিজৰ বাল্টিত পানী ধৰি ৰখাৰ কামটো কৰিবলৈ টান পাইছে চুমিয়ে সেয়ে কটাবলগীয়া হৈছে লেতেৰা জীৱ সমৰ্থিত সূত্ৰৰ তথ্য অনুসৰি মুখত ঘহিবলৈয়ো চুমিক এটাহে ক্ৰীম দিয়া হৈছেতেওঁ বিচাৰিছিল ছানস্ক্ৰীন, বডীলোশ্যনকে ধৰি কেবাটাও ক্ৰীম৷  কিন্তু এইবোৰ চুমিয়ে নাপালে তদুপৰি চেলৰ কাষতে থকা লেট্ৰিনৰ গোন্ধে  জুৰুলা কৰিছে চুমিক আন কয়দীৰ সৈতে একেলগে থকা চুমিয়ে পাইখানাৰ গোন্ধৰ বাবে আপত্তি কৰিছে কিন্তু আন উপায়ো নাই চুমিৰ অৱশ্যে এই সমস্যাবোৰৰ পৰা সকাহ পাবলৈ  চুমিয়ে এটা সিদ্ধা্ত লৈছে সেই অনুসৰি ট্ৰেডিং কেলেংকাৰিৰ  গোচৰত চুমি হব ৰাজসাক্ষীতেওঁ বিশাল ফুকনৰ বিৰুদ্ধে আদালতত সাক্ষ্য প্ৰদান কৰিব অৰ্থাৎ CBIৰ সাক্ষী হব চুমিতেওঁ তদন্তত CBIক সহায় কৰিব৷ লগে লগে বাচি যাব চুমি

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial