আচলতে ঘটনাটো কি?

লাভ জেহাদৰ কথা কোৱা বিজেপি নেতাই মুছলমানলৈ   বিয়া দিলে নিজৰ কন্যাক মুছলমান প্ৰেমিকৰ হাতত নিজৰ জীয়েকক গতাই দিলে বিজেপিৰ হিন্দুত্ববাদী নেতাইসেইজন নেতাই হৈছে  লোকসভাৰ অধ্যক্ষ ওম বিৰলা মুছলমানলৈ হিন্দু কন্যাৰ বিবাহক লাভ জেহাদ বুলি প্ৰচাৰ চলোৱা  বিজেপিৰে তেওঁ শীৰ্ষনেতাতেওঁৰ কন্যা অঞ্জলি হৈছে IAS বিষয়া৷ তেওঁৰে বিয়া কোটাত অলপতে সম্পন্ন হৈছেশৈশৱৰে সহপাঠী অনিশৰ সৈতে অঞ্জলিৰ বাগদান Gfx সম্পন্ন কৰিছে ওম বিৰলাইকিন্তু তাৰ পিছতে ওম বিৰলাই মুছলমান জোঁৱাইক  মানি লোৱাৰ খবৰ প্ৰচাৰিত হৈছ পিছে এই ঘটনাৰ আঁৰত আছে এটা সত্য৷ সৰ্বত্ৰ প্ৰচাৰিত হোৱাৰ দৰে ওম বিৰলাৰ জোঁৱাই অনিশ ৰাজনি আচলতে মুছলমান নহয়৷ তেওঁ হৈছে ওম বিৰলাৰ দৰেই ৰাজস্থানী হিন্দুঅনিশ ৰাজনি তেলৰ ব্যৱসায়ৰ সৈতে জড়িত৷ ইতিমধ্যে চহকী ব্যৱসায়ী হিচাপে তেওঁ প্ৰতিষ্ঠা অৰ্জন কৰিছে৷ তেওঁ ওম বিৰলাৰ কন্যা অঞ্জলিৰ সহপাঠী আছিল৷ সেয়ে দুয়োৰে আছিল বন্ধুত্ব৷ পিছলৈ সেই বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ’ল৷ কিন্তু বহুতে কোৱাৰ দৰে ওম বিৰলাৰ কন্যা অঞ্জলিৰ স্বামী মুছলমান নহয়৷ লাভ জেহাদৰ চিকাৰ হোৱা নাই  ওম বিৰলাৰ জীয়েক

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial