দেখিলেই পিলাই চমকি যাব আপোনাৰ

ফেৰীখন যোৱা দেখিলেই ভয়ত জীৱ শুকাই যাব আপোনাৰআমি কবলৈ ওলাইছোঁ নিমাতীঘাটৰ পৰা মাজুলীলৈ চলা ফেৰীৰ কথা১০০ জন যাত্ৰী কঢ়িয়াব পৰা ফেৰীত ৰাসৰ বতৰত ৫ শতাধিক যাত্ৰী নদী পাৰ হৈছে ৰাস পূৰ্ণিমাৰ পূৰ্বে ফেৰীৰ ওপৰে-তলে গৈছে শ শ যাত্ৰী৷ ফেৰীৰ টিঙৰ ওপৰতো বহি গৈছে মাজুলীমুখী যাত্ৰী ইমান অতপালিৰ পিছতো কিন্তু প্ৰশাসনে একো কৰা নাই৷ এটা অঘটন হোৱালৈ ৰৈ আছে চৰকাৰমানুহৰ ভৰত মাজুলীমুখী ফেৰী  ব্ৰহ্মপুত্ৰতে বেঁকা হৈ গৈছেফেৰীৰ বডী চাৰি আঙুলিহে ওলাই যেনেকৈ ঢলং-পলঙকৈ গৈছে, সেয়া দেখিলেই আপোনাৰ পিলাই চমকি যাব৯০০ টকাৰ বিনিময়ত ফেৰীত উঠাই এবাৰতো শ শ গাড়ী  নদী পাৰ কৰোৱা হৈছে হাজাৰোধিক মটৰ চাইকেলৰ সৈতে এবাৰতো ফেৰীত গৈছে  প্ৰায় ৬ কোটি টকাৰ মালতাৰ লগতে আকৌ উঠি গৈছে ফেৰীয়ে কঢ়িয়াব পৰাতকৈ অধিকসংখ্যক মানুহ৷ ভৰ বাৰিষা ভৰা  ব্ৰহ্মপুত্ৰত ফেৰী কঁপি গৈছেএবাৰ যাত্ৰা কৰিলে আপুনি সহজে অনুমান কৰিব পাৰিব মাজুলীমুখী যাত্ৰাৰ ভয়াৱহতা কিন্তু তিনিবছৰ পূৰ্বে সংঘটিত দুৰ্ঘটনাৰ পিছতো পৰিস্থিতিৰ অলপো সলনি হোৱা নাই যাত্ৰীও নিৰ্ভয়ে ফেৰীত যাত্ৰা কৰিছে ৰাসৰ বতৰত ফেৰীত  স্বাভাৱিকতে ভিৰ বেছি হয়কিন্তু এইবাৰ যেনেকৈ চলিছে সেয়া দেখিলেই ভয় লগা হৈছে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email