ছিদলীত কংগ্ৰেছৰ জয়জয়কাৰ

UPPLৰ বাবে ৰাস্তা উজু হৈ আহিছে বুলি বহুতে ধাৰণা কৰিছে, কিন্তু ছিদলীৰ দৃশ্যপয প্ৰতি মুহূৰ্তে সলনি হৈছে৷ বিশেষকৈ ভোটৰ ছুইঙে বড়ো ৰাজনীতি ভবাতকৈ অধিকধৰণে প্ৰভাৱিত কৰিছে ডেৰবছৰীয়া বিধায়কৰ নিৰ্বাচনেই নিৰ্ধাৰণ কৰিবলৈ ওলাইছে BTADৰ ৰাজনৈতিক গতিধাৰা বিশেষকৈ কাইলৈৰ নিৰ্বাচনত যদি BPFৰ বড়ো ভোট কেনেবাকৈ কংগ্ৰেছে লাভ কৰে তেন্তে সলনি হ’ব জনগোষ্ঠীয় ৰাজনীতিৰ সমীকৰণ কংগ্ৰেছে বড়ো ভোট লাভ কৰিলে UPPL পৰাস্ত হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি প্ৰমোদ বড়োৰ দৰ্পচূৰ্ণ হোৱাৰ কথাও একেছাটে নহয় বুলিব নোৱাৰি৷ কিন্তু এই নিৰ্বাচনে কেবাজনো নেতাৰো ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব সেইসকলৰে মাজৰ অন্যতম হৈছে চন্দন ব্ৰহ্ম৷ প্ৰাক্তন মন্ত্ৰী তথা হাগ্ৰামাৰ ভায়েকৰ দৰে নেতাজনে কেইদিমান পূৰ্বেহে UPPLত যোগ দিছিল স্বাভাৱিকতে তেওঁ বিচাৰিছিল ছিদলীৰ টিকট৷ কিন্তু BTADৰ এটা পদত নিযুক্ত কৰি চন্দনক প্ৰমোদে টিকটৰ পৰা বঞ্চিত কৰিলে সেয়ে নিৰ্বাচনত UPPL হাৰিলেই হাগ্ৰামাৰ কাষলৈ উভতি যাব চন্দন খবৰ অনুসৰি চন্দনক আকৌ BPFত বিচাৰিছে হাগ্ৰামাই গতিকে যোগাযোগ চলি আছে৷ UPPLত শ্বাসৰুদ্ধ হৈ পৰা চন্দনে মনস্থ কৰিছে প্ৰত্যাৱৰ্তনৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial