আজি ৰিয়ান পৰাগৰ জন্মদিন

খবৰটো ৰৌজাল-বৌজাল কৰিছেৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সাংবাদিকৰ মতে অনন্যা পাণ্ডে হ’ব অসমৰ বোৱাৰী৷ আনলৈ নহয়, ৰিয়ান পৰাগকহে মনে খাইছে অনন্যাৰ৷ সেয়ে অনন্যা পাণ্ডেই চিৰজীৱন অসমত কটাবলৈ মনস্থ কৰিছে৷ত ১৪ কোটিটকীয়া খেলুৱৈ হোৱাৰ পিছত ৰিয়ান  ইতিমধ্যে পৰিণত হৈছে চেলিব্ৰিটীতসংবাদ মাধ্যমে ভৱিষ্যতৰ অলৰাউণ্ডাৰ হিচাপে অসমৰ  তাৰকাজনক স্বীকৃতি প্ৰদান কৰিছেআজি আকৌ ৰিয়ানৰ জন্মদিনগতিকে সৰ্বত্ৰ আৰম্ভ হৈছে  ৰিয়ান পৰাগৰ প্ৰেমজনিত চৰ্চাআন তাৰকাৰ দৰেই ৰিয়ানৰ প্ৰেমিকাৰো সন্ধান কৰিছে সাংবাদিকে৷অৱশ্যে অসমৰ ৰিয়ানে এতিয়ালৈ পছন্দৰ নাৰীৰ বিষয়ে ক’তো মুখ খোলা নাইকিন্তু ইউটিউবত অনন্যা পাণ্ডে হট ভিডিঅ’ ছাৰ্চ কৰি তেওঁ  জনায়ো থৈছে পছন্দৰ কথাগতিকে অনন্যা আৰু ৰিয়ানৰ জোৰা পাতি দিবলৈ আগ্ৰহী হৈ পৰিছে সংবাদ মাধ্যম৷জাতীয় টি-২০ দলৰ নিয়মীয়া সদস্য হৈ পৰা ৰিয়ান অৱশ্যে বৰ্তমান আঘাতজনিত সমস্যাত আক্ৰান্তবাঁউসীৰ আঘাতৰ বাবে তেওঁ বাংগালুৰুৰ NCAত চিকিৎসা গ্ৰহণ কৰি আছে৷ আঘাতৰ বাবেই তেওঁক জাতীয় দলতো অন্তৰ্ভুক্ত কৰা হোৱা নাই৷কিন্তু সংবাদ মাধ্যমে চৰ্চাৰ বাহিৰত ৰখা নাই ৰিয়ানক৷ সকলোৱে বিচাৰিছে ৰিয়ানৰ কইনা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial