বিহাৰীয়ে পাৰ্মিশ্যন নিদিলে অসমীয়াক

অসমীয়া মুৰ্দাবাদ
বয়কট অসমীয়া
এই নীতি মানি ষট পূজা পাতিলে বিহাৰীয়ে৷ অসমীয়াৰ ৰাজ্যতে থাকি অসমীয়াকে বয়কট কৰিব পৰা হ’ল বিহাৰী৷
অসমীয়া গ্ৰাহকক বস্তু বেচিয়েই ধন উপাৰ্জন কৰা বিহাৰীয়ে ষট পূজাৰ সময়ত অসমীয়াকে বয়কট কৰিলে৷ তাকো ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সূৰ্য়দেৱতাক উপাসনা কৰা বিহাৰীয়ে কি কৰিলে সেয়া শুনি আপুনি আচৰিত হ’ব৷
আমি লাভ কৰা তথ্য অনুসৰি ষট পূজাত ব্যৱহৃত এডালো কলগছ অসমীয়াৰ ঘৰৰ পৰা নিকিনিবলৈ ডিব্ৰুগড়ৰ তিনিখন ষট পূজা কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ অভিযোগ অনুযায়ী তেওঁলোকে নৈৰ পাৰ সজাবলৈ এডালো কলগছ অসমীয়াৰ পৰা নিকিনিবলৈ সাধাৰণ বিহাৰী জনসমষ্টিক উচটনি দিলে৷
তিনিচুকীয়াৰ বিহাৰীৰ ঘৰৰ পৰাই ট্ৰাকত ডিব্ৰুগড়লৈ নিয়া হ’ল কলগছ৷ একেদৰে জিলা দুখনৰ ষট পূজাস্থলীত অসমীয়াক দোকান দিবলৈয়ো অনুমতি দিয়া নহ’ল৷ আমি লাভ কৰা অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ DTP ডায়েকত ষট পূজাৰ নিশা কেৱল বিহাৰী দোকানীকহে ব্যৱসায়ৰ অনুমতি দিলে কৰ্তৃপক্ষই৷
একেদৰে কুঁহিয়াৰৰ পৰা আনাৰসলৈ প্ৰত্যেকবিধ উপকৰণ কেৱল নিজ সম্প্ৰদায়ৰ বেপাৰীৰ পৰাই কিনিবলৈ বিহাৰী ভক্তক পূজাৰ আয়োজকে নিৰ্দেশ দিলে৷ অসমীয়াই যাতে ষট পূজাৰ সময়ত ধন ঘটিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ থাকিল বিহাৰী৷
তাৰ পিছতো নিলাজ অসমীয়াই নৈৰ পাৰত চালেগৈ ষট পূজা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email