কিয় ঘৰত সোমাইছে সৰ্প

দীপাৱলীৰ সময়ত হ্ৰাস পাইছে সাপৰ জন্মহাৰ৷ অৱশ্যে ফটকা ফুটোৱাৰ প্ৰকোপ কমাৰ পৰা এই ভাৰসাম্য নোহোৱা হৈছেবোমাৰ শব্দই প্ৰকৃতি ৰক্ষা ঠিকেই কৰিছে, পিছে সৰীসৃপৰো সংখ্যা বৃদ্ধি কৰিছেবিগত সময়ত দীপাৱলীৰ সময়তে সাপৰ জন্ম নিয়ন্ত্ৰণ হয় বুলি সৰ্প বিশেষজ্ঞই প্ৰকাশ কৰিছিলকিয়নো প্ৰাকৃতিকভাৱে সাপৰ কণী হৈছে অত্যন্ত সংবেদনশীল যি কাৰণত বোমাৰ শব্দত সামান্য কম্পনৰ ফলতে  কণী নষ্ট হৈ যায়শামুকৰ কণী যেনেদৰে শংখধ্বনিয়ে নষ্ট কৰে সাপৰ কণীও একেদৰে বোমাৰ শব্দৰ তৰংগই ধ্বংস কৰিছিলআচলতে দীপাৱলীৰ সময়তে ৰক্ষা হৈছিল প্ৰাকৃতিক ভাৰসাম্যসাপৰ সংখ্যা আচৰতিভাৱে বৃদ্ধি পোৱা নাছিল৷ দীপাৱলীত ফটকাৰ মাত্ৰা হ্ৰাস হোৱাৰ ফলত সাপৰ সংখ্যা  গ্ৰামাঞ্চলত আশ্বৰ্যকৰভাৱে বৃদ্ধি হৈছেবোমাৰ শব্দ তৰংগই কণী ধ্বংস কৰিব নোৱাৰাৰ বাবে জনাঞ্চলত বাঢ়িছে সাপৰ সংখ্যাএই সাপবোৰৰ বেছিভাগেই আকৌ বিষাক্ত৷ গছ-গছনিৰ সংখ্যা হ্ৰাসৰ পিছক প্ৰাকৃতিক আৱাসস্থলী হ্ৰাস পোৱাত  সাপবোৰ সোমাইছে আৱাসিক এলেকাত

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial