আমি চাই দিম আপোনাৰ কইনা

কইনা লাগে নেকি?
বিয়া পাতিবলৈ ওলাইছে নেকি?
অথবা বিবাহৰ বাবে আপুনি কইনা বিচাৰি পোৱা নাই নেকি?
তেন্তে সমস্যা নাই৷ আপুনি যদি অসমত কইনা বিচাৰি পোৱা নাই, তেন্তে আমি বিচাৰি দিম সোণালী চুলিৰ বগী কইনা৷
অৱশ্যে আমি অসমতে তেনে কইনা আপোনাক দিব নোৱাৰোঁ৷
সেইজনী কইনা পাবলৈ আপুনি ইউৰোপৰ পৰ্তুগাললৈ যাব লাগিব৷ ব্ল’ণ্ড বিউটী বিদেশী কইনাই এতিয়া দৰা বিচাৰি ফুৰিছে৷ পৰ্তুগালত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বহু বেছি৷ তদুপৰি দেশখনৰ প্ৰচলিত নিয়ম অনুসৰি কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিব নোৱাৰে৷ আনকি পত্নীৰ মৃত্যুৰ পিছতো দ্বিতীয় বিবাহ বৈধ নহয়৷
সেয়ে পৰ্তুগালত অবিবাহিত মহিলাৰ সংখ্যা বৃদ্ধি হৈছে৷ নিঃসংগ মহিলাৰে ভৰি পৰিছে দেশখন৷
পৰ্তুগালৰ মহিলাৰ বিচাৰিছে জীৱনসংগী৷ ইউৰোপৰ কেবাখনো দেশৰ দৰালৈ তেওঁলোক বিয়া হৈছে৷
ৰ’নাল্ডোৰ দেশৰ সুন্দৰী মহিলাই পিছে ভাৰতীয় পুৰুষৰ সৈতে বিবাহৰ বাবে প্ৰকাশ কৰিছে ইচ্ছা৷ তেওঁলোকে বৰ্তমান বিচাৰিছে ভাৰতৰ দৰা৷ পৰ্তুগীজ মহিলা হ’বলৈ বিচাৰিছে ভাৰতৰ বোৱাৰী৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email