কি সপোন দেখিলে মৃত্যু নিশ্চিত

সকলো মানুহেই নিজৰ মৃত্যুৰ বিষয়ে আগতীয়াকৈ গম পাই৷ প্ৰকৃতিয়ে দিয়ে মৃত্যুৰ আভাস৷ আপুনি আচৰিত হ’লেও এয়াই সত্য৷ মনোবিজ্ঞানীৰ মতে মৃত্যুৰ সংকেত পোৱাৰ পিছতে অদ্ভুত আচৰণ কৰিবলৈ লয় প্ৰতিজন ব্যক্তিয়ে৷
এই বিষয়ত মনোবিজ্ঞানীৰ আছে তিনিপ্ৰকাৰৰ বিশ্লেষণ৷ সেই অনুসৰি
যদি এজন অসুস্থ মানুহ সুস্থ হৈ উঠাৰ পিছত অত্যন্ত ভোক অনুভৱ কৰে তেন্তে সেয়া ভালৰ বাবে নহয়৷ সামান্য আৰোগ্য হোৱাৰ পিছতে যদি ঘনাই আহাৰ খাবলৈ ইচ্ছা কৰে তেন্তে সেয়া লোকজনৰ মৃ্ত্যুৰ ইংগিতহে৷
যদি এজন ব্যক্তিয়ে সপোনত মৃত আত্মীয়ক বাৰম্বাৰ দেখি থাকে তেন্তে মৃত্যু নিশ্চিত৷ অনবৰতে মৰমৰ আত্মীয়ক দেখি থকা লোকজন বেছিদিন জীয়াই নাথাকে৷
নিজৰ পুত্ৰ-কন্যাৰ বিবাহৰ কথা ঘনাই কৈ থকা লোকজনৰো আয়ুস দীঘলীয়া নহয়৷ সন্তানৰ ভৱিষ্যতৰ বাবে অহৰহ চিন্তা কৰাটো হৈছে মৃত্যুৰ লক্ষণ৷
আনহাতে নিজৰ শেষকৃত্যৰ বিষয়ে কৈ থকা লোকজনো বেছিদিন জীয়াই নাথাকে৷ মৃত্যুৰ কথা মনত সোমাই যোৱাৰ বাবেই তেওঁ ঘনাই শেষকৃত্যৰ কথা চিন্তা কৰে৷
এই বিষয়ে মনোবিজ্ঞানীয়ে বৰ্ণনা কৰিছে৷ মৃত্যুৰ প্ৰাকৃতিক সংকেত ১০০ শতাংশ সত্য বুলিও উনুকিয়াই দিছে মনোবিজ্ঞানীয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email