আপোনাৰ পইচাৰেই অসম হ’ব ইছছলামিক ৰাজ্য

ভালকৈ নোচোৱাকৈ পইচা নিদিব,
ফে’চবুকত কন্দা-কটা কৰি ৰোগৰ বাবে সহায় বিচৰাসকলৰ পৰিচয় আগতে পৰীক্ষা কৰিব৷ পুত্ৰ-কন্যাৰ অসুখৰ কথা কৈ সহায় বিচৰাকলৰ ঠিকনাও পাৰিলে নিশ্চিত কৰিব৷ অন্যথা আপুনি দিয়া পইচাৰে সন্ত্ৰাসবাদীয়ে আপোনাৰে ক্ষতি কৰিব৷ সহানুভূতি জন্মি আপুনি দান কৰা ধনেৰেই জেহাদীয়ে ফুটাই দিব বোমা৷
এইধৰণৰ ভয়ংকৰ তথ্যই চোৰাংচোৱাই উদঘাটন কৰিছে৷ এই যে ফে’চবুকত কান্দি-কাটি বহুতে সাহায্য প্ৰাৰ্থনা কৰে, তাৰে বহুতেই হৈছে জেহাদীৰ অভাৰগ্ৰাউণ্ড সমৰ্থক৷
ইছলামিক সন্ত্ৰাসবাদৰ এইসকল সমৰ্থকে হিন্দু নাম লৈ অপকৰ্ম কৰিছে৷ ইণ্টাৰনেটৰ পৰা সংগৃহীত ফটোৰে সেইসকলে ফে’চবুকত ভুৱা বাতৰি প্ৰচাৰ কৰি সংগ্ৰহ কৰিছে ধন৷
বিশেষকৈ আন ৰাজ্যৰ ৰোগাক্ৰান্ত শিশুৰ ফটো ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ সন্তানৰ বেমাৰ বুলি প্ৰচাৰ কৰি তেওঁলোকে অসমৰ ৰাইজক সহায় বিচাৰে৷ এইধৰণৰ জালিয়াতিৰ বাবে ইছলামিক জেহাদীৰ সমৰ্থকে হিন্দু নামেৰে ফে’চবুক একাউণ্ট খুলি লয়৷
সেইসকলে বেমাৰৰ চিকিৎসাৰ নামত জালিয়াতিৰে গোটোৱা ধন বিভিন্ন পন্থাৰে জেহাদীলৈ হস্তান্তৰ কৰে৷ হাৱালাৰ মাধ্যমৰেও সন্ত্ৰাসবাদীয়ে লাভ কৰে অসমৰ ৰাইজে দান দিয়া পইচা৷
অৰ্থাৎ অসমৰ ৰাইজে নজনাকৈয়েই জেহাদীক দি আছে চান্দা৷ গতিকে এতিয়াৰ পৰা সাৱধান হওক, অন্যথা আপোনাৰ পইচাৰেই অসমক ইছলামিক ৰাজ্য কৰিবলৈ জাল পেলাব সন্ত্ৰাসবাদীয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email